Daily Time Axom

শিৱসাগৰত মুক্ত ব্যায়ামাগাৰৰ আধাৰশিলা বিধায়ক অখিল গগৈৰ

0 5

শিৱসাগৰৰ আনন্দৰাম বৰুৱা শিশু উদ্যানত বিধায়ক অখিল গগৈয়ে বিধায়ক পুঁজিৰ অনুদানেৰে অপেন জিমৰ আধাৰশিলা কৰাৰ লগতে তিনি মাহৰ ভিতৰত এই জিম ৰাইজে ব্যৱহাৰ কৰিব পৰাৰ আশ্বাস দিয়ে।
আনটাইড ফাণ্ডৰ অধীনত উদ্যানখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে পুনঃনিৰ্মাণ আৰু টয় ট্ৰেনৰ মেৰামতি কৰাৰ কথা উল্লেখ কৰে বিধায়কজনে ৷ লগতে বিধায়কজনে কয় যে ইতিমধ্যে শিৱসাগৰৰ উন্নয়নৰ কাম বিভিন্ন বিভাগৰ SCEME তৈয়াৰ কৰি চৰকাৰক দিয়া হৈছে।
শিৱসাগৰ সমষ্টিৰ বঞ্চিত হোৱা CIDFফাণ্ডৰ ১০০ কোটি টকা ৬ মাহৰ ভিতৰত পোৱাৰ আশা প্ৰকাশ কৰে বিধায়কজনে ।


(ফাৰহান লস্কৰৰ ৰিপৰ্ট, শিৱসাগৰ)

Leave A Reply

Your email address will not be published.