দেৱালত প্ৰাণ পালে তুলিকাৰ স্পন্দনে ৷ লতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলি ৷

‘সুৰ কাকলি’, প্ৰাচ্যৰ নাইটিংগললৈ শ্ৰদ্ধাঞ্জলি ৷

গুৱাহাটীৰ খানাপাৰাৰ উৰণীয়া সেঁতুৰ তলত ৰং-তুলিকাৰে কিংবদন্তী লতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন শিল্পী নীলিম মহন্ত আৰু তেওঁৰ সতীৰ্থৰ ৷

(সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ)

Comments (0)
Add Comment