নাজিৰাৰ ধোদৰ আলিত পথ দুৰ্ঘটনা
শনিবাৰে পুৱাই নাজিৰাৰ ধোদৰ আলিত পথ দুৰ্ঘটনা ৷
তীব্ৰবেগী হণ্ডা গ্ৰেণ্ড-আই-টেন এ এছ ০৪ ভি ৩০৬৬ নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ খেতি পথাৰত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত ২ জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
(ফাৰহান লহকৰৰ ৰিপৰ্ট, শিৱসাগৰ)