আজিৰে পৰা সকলোৰে খুলিলে স্কুল ৷ পুৱা অসম জাতীয় বিদ্যালয়, নুনমাটিৰ দৃশ্য ৷

ৰাজ্যত আজিৰে পৰা বিদ্যালয় খুলিছে সকলোৰে ৷ গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমুখৰ বুধবাৰৰ পুৱাৰ দৃশ্য ৷

Comments (0)
Add Comment