নাজিৰাত ২ টা পৌৰ সভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু বিজেপি দলৰ মনোনয়ন পত্ৰ দাখিল

নাজিৰাত পৌৰ সভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰে ৰণডংকা । শিমলুগুৰি আৰু নাজিৰা দুয়োটা পৌৰ সভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে দুটা ৰাজনৈতিক দলে । সমাগত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহ তৎপৰ হোৱা দেখা গৈছে । যাৰ পৰিপেক্ষিতত প্ৰতটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে দলে বলে আহি আছুটীয়াকৈ শিমলুগুৰি আৰু নাজিৰাৰ কংগ্ৰেছ, বিজেপি দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে নাজিৰা মহকুমা মহকুমাধিপতি কাৰ্যালয়ত । শিমলুগুৰি আৰু নাজিৰা দুটা পৌৰ সভাত দহটাকৈ ৱাৰ্ডত কংগ্ৰেছ আৰু বিজেপি দলে তেওঁলোকৰ প্ৰাৰ্থী আগবঢ়াইছে ।

Comments (0)
Add Comment