Daily Time Axom

গুৱাহাটী- শিলিগুৰি পাইপললাইনত হঠাতে লাগিল জুই

0 19

IOCLৰ এজন শ্ৰমিক আঘাতপ্ৰাপ্ত হৈ বঙাইগাঁওৰ হাস্পতালত প্ৰেৰণ ।

চিৰাং জিলাৰ কাজলগাৱৰ মিলিপাৰাত গুৱাহাটী-শিলিগুৰি পাইপলাইন পাইপ ফুটি তেল নিৰ্গত হয় । পাছত হঠাতে উক্ত পাইপত জুই লাগে ততালিকে উক্ত স্থানত জুই নিৰ্বাপন কৰা গাড়ী আহি প্ৰায় আধাঘন্টা পাছত জুই নুমাবলৈ সফল হয় । জুই নুমাবলৈ যোৱাত IOCLৰ শ্ৰমিক বেয়াকৈ আঘাত প্ৰাপ্ত হয় পাছলৈ ততাতৈয়াকৈ ১০৮ৰ সহায়ত বঙাইগাঁও হাস্পতাল লৈ প্ৰেৰণ কৰে ।

পাছলৈ IOCLৰ শ্ৰমিক সকলে পাইপ মেৰামতি কৰিবলৈ সক্ষম হয় । দৰাচলতে এয়া কোন দুৰ্ঘটনা নহয় এয়া এক সজাগতা অনুষ্ঠান। ৰাইজক সজাগ কৰিবলৈ আজি কাজলগাৱৰ মিলিপাৰাত IOCLৰ পৰা এক সজাগতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰে ।

Leave A Reply

Your email address will not be published.