মাজুলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিজেপি প্ৰাৰ্থী ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷


নামনি মাজুলীৰ মহৰিচুকত অনুষ্ঠিত বিশাল জনসভাত দেওবাৰে অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে৷

ইয়াৰ উপৰিও দক্ষিণপাটতো নিৰ্বাচনী প্ৰচাৰ চলায় সোণোৱালে৷
সন্ধিয়া আউনীআটী সত্ৰত অনুষ্ঠিত অসম ভাওনা সমাৰোহত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

সোণোৱালৰ লগত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই৷

Comments (0)
Add Comment