Daily Time Axom

ভাৰতীয় জনতা পাৰ্টী নলবাৰী টাউন মণ্ডল সমিতি কাৰ্য্যালয়ত সংবাদমেল

0 14

নলবাৰীৰ সাৰ্বঙ্গীন বিকাশৰ বাবে কি কি লক্ষ্য-পৰিকল্পনা ল’বলৈ ওলাইছৈ সেই সন্দৰ্ভত “সংকল্প পত্ৰ” এখন উলিয়াই ৰাইজক জনোৱাৰ উদ্দেশ্যে নলবাৰী বিজেপি টাউন মণ্ডল সমিতি কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰে জয়ন্ত মল্ল বৰুৱাই । উক্ত সংবাদমেলখন সম্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱগৰাকীৰ লগতে উপস্থিত থাকে নলবাৰী জিলা বিজেপি সভাপতি ডাঃ মৃগাংক তালুকদাৰ,অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা দিলীপ দাস,নলবাৰী পৌৰ সভা ৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোতৰ মনোনীত প্ৰাৰ্থীসকল,লগতে বিজেপি কৰ্মকৰ্তা সকল।

Leave A Reply

Your email address will not be published.