মাৰ্ঘেৰিটাৰ ৩নং মাকুমপথাৰৰ শিৱ মন্দিৰ আৰু মাকুমপথাৰৰ নামঘৰত চুৰিকাণ্ড
মন্দিৰ-নামঘৰত চোৰৰ তাণ্ডৱ । নিশা চোৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩নং মাকুমপথাৰৰ শিৱ মন্দিৰ আৰু মাকুমপথাৰৰ নামঘৰত তলা ভাঙি সোমাই দান পাত্ৰৰ লগতে বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়ে । লিডু কেন্দ্ৰীয় নামঘৰটো যোৱা নিশা চোৰে তলা ভাঙি প্ৰৱেশ কৰিছিল যদিও একো নিবলৈ সক্ষম নহ’ল। মাকুমপথাৰৰ এঘৰ ব্যক্তিৰ ঘৰত সোমায়ো চোৰে লেপটপ এটা চুৰি কৰি নিয়ে ।
মাৰ্ঘেৰিটাৰ পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট