নাজিৰা আৰু শিমলুগুৰি পৌৰসভা বিজেপি দখললৈ,নাজিৰাত কংগ্ৰেছৰ মুখ থেকেছা
নাজিৰা পৌৰসভাৰ ১০খন আসনেই মিত্ৰজোঁটৰ দখলত ৷
শিমলুগুৰি পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ৯টা ৱাৰ্ডতে জয় মিত্ৰজোঁটৰ ৷ এটা ৱাৰ্ডত কংগ্ৰেছৰ জয়।
নাজিৰা পৌৰসভাৰ বিজেপিৰ ৭ খনত জয় লাভ আৰু অগপৰ ৩ খনত জয়লাভ ৷ কংগ্ৰেছৰ শূন্য ৷ বিৰোধীৰ দলপতি কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াৰ নিজা নগৰ নাজিৰা ৷ ইয়াতেই কংগ্ৰেছৰ বিপৰ্যয় ৷
১ নম্বৰ ৱাৰ্ড বিজেপি
২ নম্বৰ ৱাৰ্ডত বিজেপি
৩ নম্বৰ ৱাৰ্ড বিজেপি
৪ নম্বৰ ৱাৰ্ডত অগপ মিত্ৰজোঁট
৫ নম্বৰ ৱাৰ্ড অগপ মিত্ৰজোঁট
৬ নম্বৰ ৱাৰ্ডত বিজেপি
৭ নম্বৰ ৱাৰ্ড বিজেপি
৮ নম্বৰ ৱাৰ্ড অগপ মিত্ৰজোঁট
৯ নম্বৰ ৱাৰ্ড বিজেপি
১০ নম্বৰ ৱাৰ্ড বিজেপি
অন্যহাতে,
শিমলুগুৰি পৌৰসভা
১নম্বৰ ৱাৰ্ড বিজেপি
২নম্বৰ ৱাৰ্ড বিজেপি
৪নম্বৰ ৱাৰ্ড বিনা প্ৰতিদ্বন্দীতাৰে বিজেপি প্ৰাৰ্থী জয়ী
৩ নম্বৰ ৱাৰ্ডত বিজেপি
৫ নম্বৰ ৱাৰ্ডত বিজেপি
৬ নম্বৰ ৱাৰ্ডত কংগ্ৰেছ
৭নম্বৰ ৱাৰ্ডত বিজেপি
৮নম্বৰ ৱাৰ্ডত বিজেপি
৯নম্বৰ ৱাৰ্ডত বিজেপি
১০নম্বৰ ৱাৰ্ডত বিজেপি
নাজিৰা আৰু শিমলুগুৰি দুয়োখন পৌৰসভা বিজেপি দখললৈ গৈছে ৷
(নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট)