Daily Time Axom

বি জে পি-ৰ দখললৈ ৰহা পৌৰ সভা ৷ ১০টা ৱাৰ্ডৰ ৭ টাত বিজেপি আৰু অগপৰ জয়। কংগ্ৰেছৰ শূন্য ৷

0 10

ৰহা পৌৰ সভাৰ মুঠ ৱাৰ্ড – ১০টা ৱাৰ্ডৰ ৭ টা বিজেপি আৰু অগপৰ দখলত ৷
মুঠ ভোটাৰ – ৯৬৬৯

ৰহাত কাৰ দখলত কেইটা ৱাৰ্ড?

ৰহা পৌৰ সভাত বিজেপিৰ দখলত ৬ টা ৱাৰ্ড
অ গ প ১ টা ৱাৰ্ড
অ জা প ১ টা ৱাৰ্ড
নিৰ্দলীয় ২ টা ৱাৰ্ড

১নং ৱাৰ্ড –
বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰীতি বৰদলৈ ।

২নং ৱাৰ্ড –
ভাৰতীয় জনতা পাৰ্টীৰ বন্তি হাজৰিকাৰ জয়লাভ।

৩নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অজন্তা বৰুৱা বৰদলৈৰ জয়লাভ।

৪নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী উমানন্দ চাংমাজীৰ জয়লাভ

৫নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লখন দেওৰজাৰ জয়লাভ।

৬নং ৱাৰ্ডত অগপ প্ৰাৰ্থী ভূপেন দাসৰ জয়লাভ।

৭নং ৱাৰ্ড‌ত নিৰ্দলীয় প্ৰাৰ্থী মৌচুমী মুদৈৰ জয়লাভ।

৮নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অনিমা দাস‌ৰ জয়লাভ।

৯নং ৱাৰ্ডত অঃজাঃপ প্ৰাৰ্থী জোনামণি বৰদলৈৰ জয়লাভ।

১০নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ হাজৰিকাৰ জয়লাভ।

Leave A Reply

Your email address will not be published.