সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক নতুন দিল্লীত আজি প্ৰদান কৰা হয় সাহিত্য অকাডেমী বঁটা। ‘ইয়াত এখন অৰণ্য আছিল’ শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় বিশিষ্ট সাহিত্যিক গৰাকীলৈ ।