Daily Time Axom

গৰ্বিত জননীৰ চৰণ চুই তৃপ্তিৰ এসাজ প্ৰধানমন্ত্ৰীৰ…

0 17

‘নৈৰ সমান ব’ব কোন
আইৰ সমান হ’ব কোন?’
গুজৰাটৰ স্ব-গৃহলৈ গৈ শুকুৰবাৰে মাতৃ হীৰাবেনৰ আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মাতৃৰ সৈতে গ্ৰহণ কৰিলে তৃপ্তিৰ এসাজ ৷ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা এই চাৰি ৰাজ্যত বিজেপিৰ পুনৰ জয়ৰ পিছতে নিজৰ ৰাজ্য গুজৰাট ভ্ৰমণলৈ যায় মোডী ৷

Leave A Reply

Your email address will not be published.