Daily Time Axom

অখিল গগৈৰ বাসগৃহত ৰাজ্য সভাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা ৷ প্ৰস্তাৱক ৰূপে স্বাক্ষৰ বিধায়ক অখিল গগৈৰ ৷

0 17

গুৱাহাটীৰ নিজৰাপাৰৰ বাসভৱনত অখিল গগৈক সাক্ষাৎ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ ৷ অহা ৩১ মাৰ্চত হ’বলগীয়া ৰাজ্য সভা নিৰ্বাচনৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে শনিবাৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক লগ ধৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই ৷ বৰাৰ মনোনয়ন পত্রত আন বিৰোধী দলৰ বিধায়কৰ লগতে প্ৰস্তাৱক হিচাপে স্বাক্ষৰ কৰিলে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়েও ৷

Leave A Reply

Your email address will not be published.