Daily Time Axom

ৰাছিয়াত কন্ডম বিক্ৰীৰ ৰেকৰ্ড ! হাৰোহোৰে বাঢ়িছে কন্ডমৰ দাম ৷

0 9

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান। সেইকাৰণে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাছিয়াৰ মানুহে সেইটোৱেই ভয় কৰে। আন বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰে, তেওঁলোকে অনাগত দিনবোৰত বজাৰত কন্ডমৰো অভাৱ হ’ব বুলি আশংকা কৰিছে ৷

সেইকাৰণে তেওঁলোকে আগতীয়াকৈ বেছি মূল্য দি হ’লেও কন্ডম ক্ৰয় কৰি জমা ৰাখিছে । চাহিদাৰ কাৰণে দামো বাঢ়িছে। যোৱা বছৰৰ তুলনাত কন্ডমৰ মূল্য ৩২% বৃদ্ধি হৈছে।

ব্ৰিটিছ কন্ডম নিৰ্মাতা ৰেকিট, ডুৰেক্সে এতিয়াও ৰাছিয়াত ইয়াৰ ব্যৱসায় বন্ধ কৰা নাই। ৰাছিয়াৰ সৰ্ববৃহৎ অনলাইন দোকান ৱাইল্ডবেৰীৰ মতে, মাৰ্চৰ প্ৰথম দুসপ্তাহত কন্ডমৰ বিক্ৰী ১৭০% বৃদ্ধি পাইছে।

কন্ডমৰ চাহিদা বৃদ্ধি হোৱাৰ উপৰিও, ৰাছিয়াৰ সৰ্ববৃহৎ ঔষধ দোকানসমূহৰ ৰাজহ ৩৬.৬% বৃদ্ধি হৈছে

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান। সেইকাৰণে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাছিয়াৰ মানুহে সেইটোৱেই ভয় কৰে। আন বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰে, তেওঁলোকে অনাগত দিনবোৰত বজাৰত কন্ডমৰো অভাৱ হ’ব বুলি আশংকা কৰিছে ৷

সেইকাৰণে তেওঁলোকে আগতীয়াকৈ বেছি মূল্য দি হ’লেও কন্ডম ক্ৰয় কৰি জমা ৰাখিছে । চাহিদাৰ কাৰণে দামো বাঢ়িছে। যোৱা বছৰৰ তুলনাত কন্ডমৰ মূল্য ৩২% বৃদ্ধি হৈছে।

ব্ৰিটিছ কন্ডম নিৰ্মাতা ৰেকিট, ডুৰেক্সে এতিয়াও ৰাছিয়াত ইয়াৰ ব্যৱসায় বন্ধ কৰা নাই। ৰাছিয়াৰ সৰ্ববৃহৎ অনলাইন দোকান ৱাইল্ডবেৰীৰ মতে, মাৰ্চৰ প্ৰথম দুসপ্তাহত কন্ডমৰ বিক্ৰী ১৭০% বৃদ্ধি পাইছে।

কন্ডমৰ চাহিদা বৃদ্ধি হোৱাৰ উপৰিও, ৰাছিয়াৰ সৰ্ববৃহৎ ঔষধ দোকানসমূহৰ ৰাজহ ৩৬.৬% বৃদ্ধি হৈছে ।

Leave A Reply

Your email address will not be published.