পৱিত্ৰ ৰমজানৰ প্ৰাকক্ষণত হোজাইত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
জ্বলি ভস্মীভূত হল বাসগৃহ
ৰমজানৰ প্ৰাকক্ষণত হোজাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় এটা বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডৰ ফলত বিভিন্ন ধৰণৰ প্ৰয়োজনীয় নথি পত্ৰ জাহ যায় ।
ডবকা পৰা লুতফুৰ ৰহমান ৰিপৰ্ট