জ্বলি ভস্মীভূত হল বাসগৃহ
ৰমজানৰ প্ৰাকক্ষণত হোজাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় এটা বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডৰ ফলত বিভিন্ন ধৰণৰ প্ৰয়োজনীয় নথি পত্ৰ জাহ যায় ।
ডবকা পৰা লুতফুৰ ৰহমান ৰিপৰ্ট