Daily Time Axom

জামুগুৰিহাটৰ জীয়াভৰলী দলংৰ কাষত ২২ তম বাৰ্ষিক অশোকাষ্টমী মেলাৰ ব্যাপক প্ৰস্তুতি

0 8

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নৈৰ পশ্চিম পাৰত, ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জীয়াভৰলী দলংৰ কাষত বিগত বছৰৰ দৰে এই বছৰো পাঁচদিনীয়া কাৰ্য্যসূচীৰে গংগাৰ দৰে পবিত্ৰ জলত পূণ্য তিথি অশোকাষ্টমীত স্নান কৰাৰ আয়োজন কৰা হৈছে ।

উৎসৱ মুখৰ পৰিবেশেৰে আয়োজিত এই পবিত্ৰ অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেনীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি, সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে । উক্ত অনুষ্ঠানত মুখ্য উপদেষ্টা হিচাপে উপস্থিত থাকিব ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ।

Leave A Reply

Your email address will not be published.