দৰং জিলাৰ নিজ বৰমপুৰ গাওঁৰ গৰখীয়া মন্দিৰত গৰখীয়া সভা সম্পন্ন হয়।
এইবাৰ ত্ৰিংশতম সংখ্যক গৰখীয়া সভা সম্পন্ন হয়।
দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গৰখীয়া সভা ৷
জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বহন কৰিছে ভক্তৰ আগমনে ৷
শৰাই নৈবদ্য লৈ ভগবান আশীষ গ্ৰহন ভক্তৰ ৷
গৰখীয়া থানত ভক্তই ছাগলী,পাৰ, দান দিয়াও দেখিবলৈ পোৱা গৈছে ৷
খৈৰাবাৰীৰ পৰা সূদশন কলিতা