Daily Time Axom

অসমৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে সু-খবৰ

0 6


অহা ৬ মে’ত অসমৰ ছবিগৃহলৈ আহি আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অভিনীত জনপ্ৰিয় অসমীয়া বোলছবি গংগা । গংগা বোলছবি প্ৰচাৰৰ উদ্দেশেৰে মৰিগাঁও মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ,টাউন উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় উপস্থিত হয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ লগতে অৰূপ বৈশ্য, অসমৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টচাৰ্যৰ লগতে গংগা ছবিৰ লগত জড়িত সকলো অভিনেতা-অভিনেত্ৰীসকল । নতুন বোলছবি গংগা প্ৰচাৰৰ সময়ত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট

Leave A Reply

Your email address will not be published.