অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিক ৰিপুন বৰাক অসমৰ তৃণমূল কংগ্ৰেছৰ সভাপতি নিযুক্তি ৷ শনিবাৰে ৰিপুন বৰাক এই নিযুক্তি দিয়ে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মমতা বেনাৰ্জীয়ে ৷ কেইদিনমান পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমল কংগ্ৰেছত যোগদান কৰিছিল প্ৰাক্তন সাংসদ, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ অসমত এই তৎপৰতা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেছিত হৈছে ৷
আনহাতে শীঘ্ৰেই আন ভালেইকেইজন কংগ্ৰেছ নেতাই তৃণমূলত যোগদান কৰিব বুলি চৰ্চিত হৈছে ৷