Daily Time Axom

সৰুপথাৰৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ কৰ্মকৰ্তালৈ সমাজকৰ্মী জীৱন চুতীয়াৰ আন্তৰিক অভিনন্দন

0 8

বাপুতি সাহোন ৰঙালী বিহুটিক লৈ যেন অসমীয়াৰ উছাহৰ কোনো সীমা নাই, ৫৮সংখ্যক সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া।

উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁক সন্মান জনাই সভাপতি দ্বীপেন কুমাৰ বৰাই৷ চুতীয়াই সমিতিৰ সমুহ কৰ্মকৰ্তালৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পী তথা যুৱক-যুৱতীক আন্তৰিক অভিনন্দন জনাই।

Leave A Reply

Your email address will not be published.