পেট্ৰ’ল–ডিজেলৰ দাম স্থিৰ

চৰকাৰী তেল কোম্পানীসমূহে ইতিমধ্যে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে । অপৰিশোধিত তেলৰ দাম স্থিৰ থকা বাবে বিশ্ব বজাৰত পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই এতিয়া।

৬ এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল তেল কোম্পানীসমূহে । ইয়াৰ পিছত প্ৰায় ২০ দিন তেলৰ দামৰ কোনো সলনি নকৰাকৈ দেশৰ চাৰি মহানগৰসহ আন চহৰসমূহত তেলৰ দাম স্থিৰ কৰা হৈছে।

সেই অনুপাতে…

পেট্ৰ’ল–ডিজেলৰ নতুন দাম…প্ৰতি লিটাৰত…

দিল্লী – পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা

মুম্বাই – পেট্ৰ’ল ১২০.৫১ টকা, ডিজেল ১০৪.৭৭ টকা

চেন্নাই – পেট্ৰ’ল ১১০.৮৫ টকা, ডিজেল ১০০.৯৪ টকা

কলকাতা – পেট্ৰ’ল ১১৫.১২ টকা, ডিজেল ৯৯.৮৩ টকা

গুৱাহাটী – পেট্ৰ’ল ১০৫.৮০ টকা, ডিজেল ৯১.৫৪ টকা।

Comments (0)
Add Comment