Daily Time Axom

প্ৰচণ্ড ধুমুহা ফলত গেলেকী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিস্তৰ ক্ষতি

0 4

আজি এজাক প্ৰচণ্ড ধুমুহাই গেলেকী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰে৷

কোনো কোনো ব্যক্তিৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাৰ উপৰিও আৰু কোনো ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণ উৰাই লৈ গৈছে ধুমুহা৷

আনহাতে ৰাজপথৰ ওপৰত প্ৰকাণ্ড গছ ওভালি পৰাত যাতায়তত ব্যাঘাত জন্মে ।

গেলেকী , ন-পাম বাৰুৱতী, দেওপানী বাগিছা ,আঠখেল বাগিছা ,মিছাজান , শিঙিবিল আদি ঠাইতো ক্ষতি কৰে ধুমুহাই৷

তদুপৰি উক্ত অঞ্চলত বিদ্যুৎ সেৱা সম্পূৰ্ণ ৰূপে ব্যাহত হোৱা বুলি জানিব পৰা গৈছে৷

Leave A Reply

Your email address will not be published.