Daily Time Axom

আজি ডিব্ৰুগড় আৰু ডিফুত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা ৷ মুঠ ৬১৪৬ খন বাহনেৰে গৈছে জনতা ৷

0 8

আজি ২৮ এপ্ৰিল, বৃহস্পতিবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি আহিব অসম ভ্ৰমণ কাৰ্যসূচীৰে। তেওঁ অসমত কেইবাটাও অভিলাষী আঁচনিৰ কাম শুভাৰম্ভ কৰিব।


প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ সময়ত মানুহ অনা নিয়া কৰিবলৈ ব্যৱহৃত গাড়ীৰ ভিতৰত আছে এএছটি চি বাছ ১৯৭ খন, যাৰ নিৰ্ধাৰিত খৰচ-১,১৪,৮২,৮৭৪ টকা, এএছটিচিৰ অধীনত থকা বাছ ৮০৫ খনৰ খৰচ- ১,৫৮,৮৮,৯৩২ টকা। মুঠ ১০০২ খন গাড়ীৰ খৰছ ৪,৭৩,৭১,৭৫৬ টকা।
আনহাতে, ডিফু ভ্ৰমণৰ সময়ত মানুহ অনা নিয়া কৰিবলৈ ব্যৱহৃত গাড়ীৰ ভিতৰত আছে আল্ট্ৰা ১৮৭১ খনৰ খৰচ ১০,৭১,৬০,৬২৩ টকা, ট্ৰেভেলাৰ ৮০৫ খনৰ ৩,২৩,৩৮,১২৪ টকা, মেজিক ৩০০০ খনৰ ৮,০২,৪১,৯৩৩ টকা, চুমু ৩০০ খন ৯২,৪৩,৪৪৮ টকা, ডিলাক্স ১৭০ খনৰ ৯৭৭৭,১৭৪ টকা। মুঠ ৬১৪৬ খনৰ খৰচ ২৩,০৯,৬১,৪৮০ টকা।

Leave A Reply

Your email address will not be published.