Daily Time Axom

বিহালীত ওলাইছে প্লাষ্টিকৰ চাউল

0 7

বিহালীত আতংক ৷ প্লাষ্টিকৰ চাউল বিতৰণ ছাহ বাগিছাৰ কৰ্মচাৰী সকলক ৷ এইবাৰ চাইনা নহয় অসমত ওলাইছে প্লাষ্টিকৰ চাউল ৷ ইমানদিনে ইউটিউবত পোৱা প্লাষ্টিকৰ চাউল বৰ্তমান উপলব্ধ বিহালীৰ চাহ বাগিচাৰ কৰ্মীসকলৰ মাজত ৷ সাপ্তাহিক ৰেচন বিতৰণৰ নামত হেতাঁলি খেলিছে এছিয়াৰ দ্বিতীয় বৃহত্তম চাহ বাগিছা মোনাবাৰী ৷ কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ প্ৰতি হেতালি খেলিছে বাগিচাৰ কৰ্মকৰ্তাসকলে ৷ মোডী চৰকাৰৰ প্লাষ্টিক মুক্ত ভাৰতক বৃদ্ধাগুংস্থ দেখুৱাই প্লাষ্টিকৰ চাউল খুৱাইছে অসম চৰকাৰ তথা বাগিছা কৰ্তৃপক্ষই ৷ এচিয়াৰ দ্বিতীয় বৃহত্তম চাহ বাগিছা মোনাবাৰীৰ এনে কৰ্ম কাণ্ডই জীয়াতু ভোগাইছে কৰ্মচাৰী সকলক।

Leave A Reply

Your email address will not be published.