আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতি গৰাকীয়ে ৩ ৰ পৰা ৬ মে’লৈ অসম আৰু মিজোৰাম ভ্ৰমণ কৰিব।তেওঁ তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ তম বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব। একেদিনাই, তেওঁ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ডনাৰ মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীত উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকিব।কোবিন্দে বৃহস্পতিবাৰে আইজলত মিজোৰাম বিশ্ববিদ্যালয়ৰ ষোল্লতম সমাৱৰ্তনতো অংশগ্ৰহণ কৰিব।

Comments (0)
Add Comment