কুকুৰৰ সৈতে কি কৰি টকা ঘটিছে এগৰাকী যুৱতীয়ে,জানি আচৰিত হ’ব

জন্তুৰ সৈতে শাৰীৰিক সম্পৰ্ক! অৱশেষত, আৰক্ষীয়ে সতৰ্ক কৰিব লগা হৈছে যুৱতীগৰাকীক। নাইজেৰিয়ান আৰক্ষীয়ে শেহতীয়াকৈ বিষয়টো সম্পৰ্কে সতৰ্ক কৰি দিছে। তেওঁলোকে কৈছে যে এইটো এটা “অদ্ভুত ধৰণৰ ৰোগ” যিটো সাধাৰণতে মহিলাসকলৰ ক্ষেত্ৰত দেখা যায়।

শেহতীয়াকৈ নেটত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত এগৰাকী মহিলাই বিষয়টো স্বীকাৰ কৰিছিল। বহুতৰ মাজত বিষয়টোৰ সমালোচনা হৈছিল। নাইজেৰিয়ান এই যুৱতীগৰাকীয়ে কয়, “কুকুৰৰ সৈতে যৌন সম্ভোগ কৰাৰ বাবে মোক ৩,২৭৯ ইউৰো পৰিশোধ কৰা হৈছিল। মই কাকো হত্যা কৰা নাই। মই এইটো পইচাৰ সলনি কৰিছো। মই ইয়াত কোনো বেয়া দেখা নাপাওঁ। ”

তাৰ পিছত, যুৱতীগৰাকীয়ে আৰক্ষীকহে এক প্ৰশ্ন কৰিছিল যে কোনোবাই একেলগে ইমান টকা দেখিছে জানো ?

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই টুইট কৰি লিখিছে যে যুৱতীগৰাকীয়ে যি কৰিছিল সেয়া আইনৰ দৃষ্টিত এক গুৰুতৰ অপৰাধ আছিল সেয়ে এতিয়া যুৱতীগৰাকীক ১৪ বছৰৰ কাৰাদণ্ড হ’ব পাৰে।

Comments (0)
Add Comment