Daily Time Axom

জামুগুৰিহাটত নৱগঠিত জামুগুৰি পৌৰ সভাৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ

0 10

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ মূল কেন্দ্ৰত বৃহস্পতিবাৰে বিয়লি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নৱগঠিত জামুগুৰি পৌৰ সভাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ৷ পোন প্ৰথমবাৰলৈ জামুগুৰিহাটত পৌৰ সভা গঠন হোৱাৰ পাচত বিধায়কগৰাকীয়ে জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰত কাৰ্যালয়টো জামুগুৰি পৌৰসভাৰ নৱনিৰ্বাচিত পৌৰপতি, উপ পৌৰপতি সহ দহগৰাকী পৌৰ সদস্য সদস্যাৰ উপস্থিতিত শুভ উদ্বোধন কৰে ৷পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখধ্বনি আয়তিৰ উৰুলিৰে মুখৰ কাৰ্য্যালয় উদ্বোধনী অনুষ্ঠানৰ পিছত জামুগুৰি বাপুজীভৱনত আয়োজিত কাৰ্য্যালয় উন্মোচনী সভাত চতিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত পৌৰপতি উপ পৌৰপতি সহ দহ গৰাকী পৌৰ সদস্য সদস্যা আৰু জামুগুৰিহাটৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে৷সভাত ভাষণ দি বিধায়ক গৰাকীয়ে জামুগুৰি পৌৰ সভাৰ দহ গৰাকী পৌৰ সদস্য সদস্যাৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি সকলোকে সততা আৰু নিস্থাৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়৷

Byte=Padma Hazarika.MLA

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট/৬মে৷

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ মূল কেন্দ্ৰত বৃহস্পতিবাৰে বিয়লি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নৱগঠিত জামুগুৰি পৌৰ সভাৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন কৰে ৷ পোন প্ৰথমবাৰলৈ জামুগুৰিহাটত পৌৰ সভা গঠন হোৱাৰ পাচত বিধায়ক গৰাকীয়ে জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰত কাৰ্যালয়টো জামুগুৰি পৌৰসভাৰ নৱনিৰ্বাচিত পৌৰপতি উপ পৌৰপতি সহ দহগৰাকী পৌৰ সদস্য সদস্যাৰ উপস্থিতিত শুভ উদ্ধোধন কৰে ৷পুৰুহিতৰ মন্ত্ৰোচ্চাৰণ, শংখধৱনি আয়তিৰ উৰুলিৰে মুখৰ কাৰ্য্যালয় উদ্ধোধনী অনুষ্ঠানৰ পিচত জামুগুৰি বাপুজীভৱনত আয়োজিত কাৰ্য্যালয় উন্মোচনী সভাত চতিয়া পৌৰসভাৰ নৱ নিৰ্ব্বাচিত পৌৰপতি উপ পৌৰপতি সহ দহ গৰাকী পৌৰ সদস্য সদস্যা আৰু জামুগুৰিহাটৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে৷সভাত ভাষন দি বিধায়ক গৰাকীয়ে জামুগুৰি পৌৰ সভাৰ দহ গৰাকী পৌৰ সদস্য সদস্যাৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি সকলোকে সততা আৰু নিস্হাৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ আহৱান জনায়৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.