Daily Time Axom

দুদিনীয়া ভ্ৰমণ সূচীৰে দেওবাৰে নিশা অসম পালেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিমান বন্দৰত আদৰিলে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৷

0 9

দুদিনীয়া ভ্ৰমণ সূচীৰে দেওবাৰে নিশা অসম পালেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৷ এই দুদিনীয়া ভ্ৰমণত অমিত শ্বাহে ভাগ ল’ব ভালেকেইটা কাৰ্যসূচীত ।

Leave A Reply

Your email address will not be published.