Daily Time Axom

চাপৰত পৰিৱেশ সজাগতা শোভাযাত্ৰা

0 12

চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পদক্ষেপ

পৰিৱেশ ৰক্ষা আৰু বিলুপ্ত প্ৰাণীক সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ এই আদৰণীয় পদক্ষেপ।

ধুবুৰী জিলাৰ চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাবৰ উদ্যোগত আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সহযোগত সম্প্ৰতি জৈৱ বৈচিত্ৰৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক জৈৱ বৈচিত্ৰৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যেৰে শোভাযাত্ৰা উলিয়ায়। গছ থাকিলে মানুহ থাকিব, গছ কটা বন্ধ কৰক আদি শ্লোগান দিয়াৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ ছাত্ৰ ছাত্ৰীসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থকা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.