উন্নয়নৰ মুখ নেদেখা এটি বিখ্যাত পথ
মৰিগাঁও সদৰ সমষ্টিৰ জৰাবাৰী পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়টোৰ ভিতৰতেই ডাঙৰ ৱাৰ্ড হ’ল ৯ নং ৱাৰ্ড ।
আলিকুছি গাঁৱৰ এইটো মূলপথ
বাৰিষা আহিলেই পুখুৰী সদৃশ হৈ পৰে,ফলত ব্যৱসায় কৰা গাঁৱৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰো যাতায়তৰ সমস্যা হয়। এই অভিযোগ অভিযোগ স্থানীয় সচেতন ৰাইজৰ।
উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰ তথা জৰাবাৰী গাঁওপঞ্চায়তৰ চকুত পৰিবনে এই গুৰুত্বপূৰ্ণ পথটি, সেয়া হৈ পৰিছে লক্ষ্যনীয় বিষয় ।