Daily Time Axom

নাজিৰাত বিশেষভাবে সক্ষম লোকৰ নায্য দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

0 10

বিশেষভাবে সক্ষম লোকৰ নায্য প্ৰাপ্তিৰ দাবীত নাজিৰা বিকলাংগ কল্যাণ সমিতিৰ আজি নাজিৰাস্থিত অএনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷

অএনজিচিৰ অসম সম্পদত বিশেষভাৱে সক্ষম লোকসকলক বিভিন্ন ক্ষেত্ৰত সংস্হাপনৰ বাবে দাবী জনাই অহাৰ লগতে আলোচনা চলাই অহাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে নাজিৰাৰ বিকলাংগ কল্যাণ সমিতিয়ে ৷

নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.