Daily Time Axom

কামৰূপ জিলাৰ ননৰা বৰবকুলতলত ৩১৮ তম শ্ৰীশ্ৰী মনসা পূজা

0 12

কামৰূপ জিলাৰ ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়াৰ থানত ৩১৮ তম শ্ৰীশ্ৰী মনসা পূজা ৷ ১৭০৪ চনৰপৰা ক্ৰমাগতভাৱে চলি আহিছে ঐতিহাসিক এই মনসা পূজা ৷

এইবেলিও তাৰ ব্যতিক্ৰম নহ’ল ৷ বৃহস্পতিবাৰৰপৰা চাৰিদিনীয়া কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে এই পূজা ৷

লোকবিশ্বাস মতে এই পূজাত অংশগ্ৰহণ কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় ৷ সেইবাবে দূৰদূৰণিৰপৰা অহা ভক্তৰে ভৰি পৰিছে ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়াৰ থান ৷

ইফ্তাজুল হকৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.