নৱজিৎ নাৰৰ্জাৰী দেউতাকৰ আহ্বান ৰাজ্যবসীলৈ
গোলাঘাট জিলাৰ চাংখাতি গাওঁৰ নৱজিৎ নাৰৰ্জাৰীয়ে কঢিয়াই অনিলে অসমবাসীলৈ গৌৰৱ।সৰুৰে পৰা সাধনা তথা কষ্ট কৰিছিল নৃত্যৰ।কষ্ট কৰি সু নাম অৰ্জন কঢ়িয়াই আনিছে অসম তথা গোলাঘাট জিলা লগতে নিজৰ গাওঁ খনলৈ। বৰ্তমানে নৱজিৎতে zee tv ৰ সৰ্ববৃহত ৰিয়েলিটি শ্ব DID Lil Master ত টপ ১০ লৈ নিৰ্বাচিত হৈছে। স্হানীয় গাওবাসী তথা দেউতাকে অনুৰোধ কৰিছে যে নৱজিৎ ক ৯১৫২৯১৫২৪৬ নম্বৰত মিছ কল দি জয়যুক্ত কৰি আনে যেন।
সৰুপথাৰৰ পৰা অনুপ বৰা ৰিপৰ্ট।