Daily Time Axom

দিনযোৱা যোৱা কাৰ্যসূচীৰে মৰিগাঁও সদৰ বিহুতলিত টাইকওৱাণ্ড আন্ত ক্লাব

0 9

মৰিগাঁও সদৰ বিহুতলি প্ৰাংগনত অসম অলিম্পিক সন্থা আৰু মৰিগাঁও টাইকওৱাণ্ড এছ’চিয়েচনৰ সহযোগত দিনযোৰা টাইকওৱাণ্ড প্ৰতিযোগিতা।
মৰিগাঁও, নগাঁও, গুৱাহাটী মহানগৰকে ধৰি কেইবাখনো আন্তজিলা ২১৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে।

মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট

Leave A Reply

Your email address will not be published.