Daily Time Axom

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ হৈ গোৰাক্ষাট্ৰাৰী পথৰ দুৰৱস্থা।

0 11

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ হৈ গোৰাক্ষাট্ৰাৰী পথৰ দুৰৱস্থা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ চকৰ পৰা ব্ৰহ্মপুত্ৰৰ ঘাট হৈ গোৰক্ষাট্ৰাৰীলৈ যোৱা পথটিৰ শোচনীয় অৱস্থা দেখি এতিয়া চকু কপালত উঠিছে সচেতন মহলৰ। উল্লেখ্য যে পথটিৰ কাষতে দিয়া ফুটপাঠৰ শোচনীয় অৱস্থাও শোচনীয় হৈ পৰিছে। চাও আহক কি ক’লে অঞ্চলটোৰ একাংশ লোকে। উল্লেখ্য যে পথটিৰ শোচনীয় অৱস্থাৰ ফলত এজাক বৰষুণ আহিলেই বিদ্যালয়-মহাবিদ্যালয়লৈ যাব নোৱাৰে অঞ্চলটোৰ ছাত্র-ছাত্ৰীসকলে।
বিগত বছৰবোৰত সমস্তিটোত হোৱা উন্নয়নৰ ছবি এয়াই নেকি? পৰিবৰ্তনকামী চৰকাৰৰ দিনত পথটিৰ মেৰামতিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

নলবাৰীৰ পৰা শংকৰ দাস ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.