Daily Time Axom

একশৰণ ভাগৱতী সমাজ মৰিগাঁও জিলাৰ ১৫সংখ্যক মহাপালনাম

0 17

একশৰণ ভাগৱতী সমাজ মৰিগোহাই গাওঁ কৃষ্ণৰাম আতা শাখাই দুদিনীয়াকৈ আয়োজন কৰে ১৫সংখ্যক বাৰ্ষিক মহাপালনাম কীৰ্তন।
প্ৰায় এহেজাৰ ভকত উপস্থিত হোৱাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে মহাপালনাম।মৰিগোহাঁই গাওঁ বৰনামঘৰত আয়োজন কৰা হয় এই মহাপালনাম ভাগ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰে অনুষ্ঠিত হয় । লক্ষীমপুৰ, মাজুলী, গুৱাহাটী, নগাঁও কে ধৰি কেইবাখনো জিলাৰ পৰা উপস্থিত হৈছে ভকত বৈষ্ণৱ।

মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ প্ৰতিবেদন।

Leave A Reply

Your email address will not be published.