Daily Time Axom

বন্যাতৰ শিৱিৰত মৰিগাঁও জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ‌ই বিতৰণ কৰিলে হাইজেনিক কীট

0 11

বানপানীৰ ফলত মৰিগাঁও জিলাখনৰ বহু গাঁও বিধস্ত হোৱাৰ সামান্তৰালকৈ নষ্ট হ’ল হাজাৰ হাজাৰ হেক্টৰ খেতিপথাৰ।জীৱন আৰু পশুধনৰ নিৰাপত্তাৰ খাতিৰত ওখ ঠাইত আশ্ৰয় লৈ থকা পৰিয়ালসমূহৰ দুখে কোলাই পাছিৰে নধৰা হৈছে। খোৱা পানীকে আদি কৰি বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ ক্ষেত্ৰত মৰিগাঁও জিলাৰ মহকুমা কল্যাণ বিভাগৰ উদ্যোগত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব’ৰ্ডৰ জিলা অধ্যক্ষ শিৱাজী ডেকাই বৃহস্পতিবাৰে বাকৰি চাপৰি আৰু শিঙিমাৰী গাঁৱৰ বন্যাৰ্তৰ মাজত হাইজেনিক কীট বিতৰণ কৰে।

কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট, মৰিগাঁও।

Leave A Reply

Your email address will not be published.