সৰুপথাৰৰ সমাজকৰ্মী জীৱন চুতীয়া আৰু তেওঁৰ পূত্ৰ চিন্ময় চুতীয়ালৈ মুখ্যমন্ত্ৰীৰ বিশেষ শুভেচ্ছা

ৰাজ্যৰ বানাক্ৰান্তসকললৈ ৰাজ্যখনৰ অন্যতম সমাজকৰ্মী সৰুপথাৰৰ সুহৃদয়বান ব্যক্তি জীৱন চুতীয়াই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ ২ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
বিপদৰ এই সময়ছোৱাত দেখুওৱা বদান্যতাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে জীৱন চুতীয়াক।

লগতে জীৱন চুতীয়াৰ পূত্ৰ চিন্ময় চুতীয়াই অংকন কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰখনে আপ্লুত কৰে মুখ্যমন্ত্ৰীগৰাকীক।