আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সৰুপথাৰ সমষ্টিৰ বিশিষ্ট সমাজ সেৱক জীৱন চুতীয়াৰ অভিনৱ পদক্ষেপ

উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিছান।

আহক আমি সকলোৱে গছ পুলি ৰোপন কৰি ধৰণী সেউজ কৰোঁ।


আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সৰুপথাৰ আমাৰ সৰুপথাৰ সমষ্টিৰ বিশিষ্ট সমাজ সেৱক জীৱন চুতীয়াৰ প্ৰচেষ্টাত ইকৰানি চাৰি আলিৰ পৰা উৰিয়ামঘাট সংযোগী পথত বৃক্ষ ৰোপন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত বৃক্ষ ৰোপন কাৰ্য্যসূচী শুভাৰম্ভণি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিছানে। আজিৰ কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে মানৱ উত্থান সেৱা সমিতি উৰিয়ামঘাটৰ সদস্য সকলে সহযোগ কৰে সমাজকৰ্মী জীৱন চুতীয়াক।

Comments (0)
Add Comment