সমন্বয় ক্লাষ্টাৰ লেবেল আত্ম সহায় গোটৰ মহিলাসকলক বিশ্ব পৰিৱেশ দিৱস পালন
মৰিগাঁও জিলা আগশাৰী গোটৰ মাণিপুৰ আঞ্চলিক সমন্বয় ক্লাষ্টাৰ লেৱেল আত্ম সহায় গোটৰ ব্যত্তিক্রমী প্রচেষ্ঠা মহিলাসকলক লৈ গোট টোৱে
বিশ্ব পৰিবেস দিৱস উপলক্ষে গছৰগুৰিত প্ৰায় শতাধিক মহিলা লগ হৈ বৃক্ষ ৰূপন কায্যসুচী ৰূপায়ন কৰে । লগতে তেখেত সকলে মহিলা সবলিকৰনৰ ওপৰত মোৱা ব্যবস্হা সমুহ আমাৰ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।॥
মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট