ৰঙিয়াৰ বড়িগোগত ৰাইজৰ দলৰ কৰ্মী সভাত উপস্থিত অখিল গগৈ
মূল্য বৃদ্ধি, নিবনুৱা সমস্যাক লৈ চৰকাৰক তিৰ্যক সমালোচনা অখিল গগৈৰ
PPE KIT ৰ কেলেংকাৰিক লৈ ও মন্তব্য অখিল গগৈৰ
আছু আৰু প্ৰাক্তন আছুৰ মাজত চলি থকা খেলিমেলিক লৈ মন্তব্য গগৈৰ
জালুকবাৰী সমষ্টিক লৈ মন্তব্য অখিল গগৈৰ
বিজেপিত বৰ্তমান গৃহ কন্দল আৰম্ভ হৈছে
ৰঙিয়াৰ পৰা সৰু খান ৷