Daily Time Axom

ৰঙিয়াত উপস্থিত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

0 8

ৰঙিয়াৰ বড়িগোগত ৰাইজৰ দলৰ কৰ্মী সভাত উপস্থিত অখিল গগৈ

মূল্য বৃদ্ধি, নিবনুৱা সমস্যাক লৈ চৰকাৰক তিৰ্যক সমালোচনা অখিল গগৈৰ

PPE KIT ৰ কেলেংকাৰিক লৈ ও মন্তব্য অখিল গগৈৰ

আছু আৰু প্ৰাক্তন আছুৰ মাজত চলি থকা খেলিমেলিক লৈ মন্তব্য গগৈৰ

জালুকবাৰী সমষ্টিক লৈ মন্তব্য অখিল গগৈৰ

বিজেপিত বৰ্তমান গৃহ কন্দল আৰম্ভ হৈছে

ৰঙিয়াৰ পৰা সৰু খান ৷

Leave A Reply

Your email address will not be published.