Daily Time Axom

BIG BREAKING মৰিগাঁও মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা

0 20

মৰিগাঁও মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা।।মৰিগাঁও বৰভগীয়া বকুলতলত তিনিজন চোৰাং গাঞ্জা সৰ্বৰাহকাৰী আতক ।।। ৬৮ কিলোগ্ৰাম গাঞ্জা সহ আতক সুৰুজ আলি, চাহেদ আলি, আচিক আলি।।। ধৃত সৰ্বৰাহকাৰী তিনিজনৰ ঘৰ কুসুমবৰী বৰিবজাৰ বুলি জানিব পৰা গৈছে।।।।
গাড়ী নম্বৰ AS 25 DC 3025 মেজিক।

Leave A Reply

Your email address will not be published.