গোলাঘাটৰ কছাৰীহাট সনাতন ধৰ্ম মন্দিৰত ঐতিহাসিক শ্ৰীশ্ৰী সত্যনাৰায়ণ পজা
গোলাঘাটৰ কছাৰীহাট সনাতন ধৰ্ম মন্দিৰত বিগত ১২ বছৰ ধৰি শ্ৰী শ্ৰী সত্যনাৰায়ণ পজা অনুষ্ঠিত কৰি আহিছে ৷ এইবাৰো দেশ তথা ৰাজ্যখনৰ মঙ্গল কামনাৰে দেওবাৰে এই পূজা ৰাজহুৱাভাবে অনুষ্ঠিত কৰা হৈছে ৷ আৰু অঞ্চলবাসীৰ লগতে বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা গৈছে ৷

গোলাঘাটৰ পৰা জয় প্ৰসাদ গুপ্তা ৰিপৰ্ট।