এক আচৰিত সম্পৰ্ক, দুই প্ৰেমিকা হ’লগৈ ভায়েক-ভনীয়েক
এটা বহু দিনীয়া সম্পৰ্ক । কিন্তু ছোৱালীজনীয়ে ভনীয়েককে চিনি পোৱা নাছিল। হঠাতে তেওঁ গম পালে যে তেওঁলোক দুয়োৰে মাতৃয়ে একেজন ব্যক্তিৰ সৈতে সম্পৰ্ক কৰিছিল। সেয়ে থিয়া বিমোৰত পৰিছে তেওঁলোক।
এতিয়া চিন্তা হৈছে দুয়ো প্ৰেমিকাৰ। কিয়নো এতিয়া তেওঁলোকৰ সম্পৰ্কটো কি হ’ব। প্ৰেমিকা নে ভগ্নী !
আমেৰিকাৰ এই দুগৰাকী যুৱতীৰ নাম হৈছে মাৰ্চিডিজ আৰু কাৰ্লে। দম্পতীহালে নেটৰ জৰিয়তে তেওঁলোকৰ সমস্যাৰ বিষয়ে কৈছে। যুৱতী দুগৰাকীয়ে তেওঁলোকে কিমান পঢ়িছিল সেই বিষয়েও কৈছিল। কিন্তু প্ৰশ্নটো হ’ল, তেওঁলোকৰ পিতৃ একেই বুলি জনাৰ পিছত যদি এতিয়া একেলগে থাকে, বা তেওঁলোক আগৰ দৰে সম্পৰ্কত থাকিব বিচাৰে তেন্তে ভুল হ’ব নেকি!
বহুতে দুগৰাকী “ভগ্নী”ৰ কাহিনী পঢ়িছে। তেওঁলোক দুয়ো তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বহু চিন্তাত পৰিছে। গতিকে এতিয়া ডিএনএ পৰীক্ষা কৰাই ভাল বুলিও ভাবিছে। তেতিয়া মনত আৰু কোনো সন্দেহ নাথাকিব।
মাৰ্চিডিজ আৰু কাৰ্লে ডিএনএ পৰীক্ষাৰ ফলাফল কি হয় তাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব।
অৱশ্যে, কিছুমানে এই সকলো বোৰ চিন্তাৰ পৰা ওলাই আহি আগৰ দৰে দিনটো জীয়াই থাকিবলৈও পৰামৰ্শ দিছে।