Daily Time Axom

দেশত পুনৰ বাঢ়িছে কৰ’ণা, সাৱধান!

0 17

জুনৰ আৰম্ভণিৰে পৰা দেশত ক’ভিড গ্ৰাফে পুনৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

যদিও জুলাইৰ আৰম্ভণিতে কেইটামান সংখ্যাই আশ্বাস দিছিল, ক’ভিড গ্ৰাফ এতিয়াও বৃদ্ধি হৈ আছে। বিশেষকৈ কেইসপ্তাহমানৰ ভিতৰতে দৈনিক সংক্ৰমণৰ হাৰ ৪ শতাংশ অতিক্ৰম কৰিছে।

বৰ্তমান, দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১১ হাজাৰ ৭১১ জন । সেয়া যোৱাকালিৰ তুলনাত ২১৪৩ জন বেছি । দেশত সক্ৰিয় কেছৰ হাৰ ০.২৬ শতাংশত উপনীত হৈছে। সুস্থতাৰ হাৰ হ্ৰাস হৈছে । যোৱা ২৪ ঘণ্টাত, দেশৰ কৰোনাৰ পৰা ১৩ হাজাৰ ৯২৯ জন লোক আৰোগ্য হৈছে।

Leave A Reply

Your email address will not be published.