গাখীৰ আমাৰ দৈনন্দিন আহাৰৰ এক অপৰিহাৰ্য অংশ। কিন্তু গাখীৰ সম্পৰ্কে মতভেদ আছে। বহুলোকে নাজানে যে যৌন শক্তি বৃদ্ধিত গাখীৰ বহু উপযোগী।
গাখীৰৰ সৈতে মৌ মিহলি কৰি খালে আপোনাৰ শৰীৰৰ ভিতৰৰ পৰা শক্তি লাভ হ’ব।
গাখীৰত মৌ মিহলি কৰি খালে , সহজে অনিদ্ৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ফলস্বৰূপে, শাৰীৰিক শক্তিও যথেষ্ট বৃদ্ধি পাব।
গাখীৰৰ সৈতে মৌ মিহলি কৰিলে পুৰুষৰ সকলো ধৰণৰ দুৰ্বলতা আঁতৰ হয়। যিসকলে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ বাবে সন্তান জন্ম দিব নোৱাৰে, তেওঁলোকে এইটো চেষ্টা কৰা ভাল ।