Daily Time Axom

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰৰ মৃত্যু

17

নিউজ ডেস্ক, ৮ জুলাইঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ছিনজো আবেয়ে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক এখন জনসভাত ভাষণ দি থকাৰ সময়তে বুকুত গুলীয়াইছিল দুৰ্বৃত্তই। ইয়াৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে এখন নিৰ্বাচনী সভাৰ মঞ্চত ভাষণ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলীয়াই গুৰুতৰ ভাৱে আহত কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতে সংকটজনক অৱস্থাত ছিনজো আবেক এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.